അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ഉദാഹരണം : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
പര്യായപദങ്ങൾ : অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
അർത്ഥം : অনুকম্পা বা দয়া কৰা কার্য
ഉദാഹരണം : সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
പര്യായപദങ്ങൾ : সহানুভূতি
അർത്ഥം : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
ഉദാഹരണം : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
പര്യായപദങ്ങൾ : অনুগ্রহ, কৃপা, কৰুণা, দয়া, ৰহম
ഇൻസ്റ്റാൾ ചെയ്യുക