അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
ഉദാഹരണം : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অনভিলাষ, অনিচ্ছা, অপ্রীতি, অৰুচি
അർത്ഥം : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
ഉദാഹരണം : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
പര്യായപദങ്ങൾ : অনাকাংক্ষা, অনিচ্ছা, অস্পৃহা, ইচ্ছাহীনতা
ഇൻസ്റ്റാൾ ചെയ്യുക