അർത്ഥം : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
ഉദാഹരണം :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
പര്യായപദങ്ങൾ : অটল, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত
അർത്ഥം : যিটো কৰা, ৰখা বা মানিলোৱা অতি আৱশ্যক
ഉദാഹരണം :
পাঁচ নম্বৰ প্রশ্নটো বাধ্যতামূলক
പര്യായപദങ്ങൾ : বাধ্যতামূলক