അർത്ഥം : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം :
জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
പര്യായപദങ്ങൾ : অস্থায়িত্ব, নশ্বৰতা
അർത്ഥം : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
ഉദാഹരണം :
জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
പര്യായപദങ്ങൾ : ক্ষণভঙ্গুৰতা