അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ഉദാഹരണം : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অগ্রাহ্য, অননুমোদন, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
അർത്ഥം : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব
ഉദാഹരണം : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অনভিলাষ, অনীহা, অপ্রীতি, অৰুচি
അർത്ഥം : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে
ഉദാഹരണം : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই
പര്യായപദങ്ങൾ : অনাকাংক্ষা, অনীহা, অস্পৃহা, ইচ্ছাহীনতা
ഇൻസ്റ്റാൾ ചെയ്യുക