അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
ഉദാഹരണം : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
പര്യായപദങ്ങൾ : অৱহেলিত, উপেক্ষিত, হেয়
അർത്ഥം : যিটো উপেক্ষা কৰিবৰ যোগ্য
ഉദാഹരണം : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
പര്യായപദങ്ങൾ : অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়, উপেক্ষিত
അർത്ഥം : যাক অপমান কৰা হৈছে
ഉദാഹരണം : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
പര്യായപദങ്ങൾ : অপমানিত, অৱহেলিত, উপেক্ষিত, নাকাল, লাঞ্ছিত
അർത്ഥം : যাৰ আদৰ কৰা হোৱা নাই
ഉദാഹരണം : অনাদৃত কবিজন মজলিচৰ পৰা উঠি গʼল
പര്യായപദങ്ങൾ : অনাদৰিত
അർത്ഥം : যাক তিৰস্কাৰ কৰা হৈছে
ഉദാഹരണം : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
പര്യായപദങ്ങൾ : উপেক্ষিত, তিৰস্কৃত
ഇൻസ്റ്റാൾ ചെയ്യുക