പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অনাথ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অনাথ   বিশেষ্য

അർത്ഥം : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে

ഉദാഹരണം : ইয়াত অনাথসকলক আশ্রয় দিয়া হয়

অনাথ   বিশেষণ

അർത്ഥം : মালিক বা স্বামী নোহোৱা এক অৱস্থা

ഉദാഹരണം : অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে

പര്യായപദങ്ങൾ : নাথহীন

അർത്ഥം : যিজনক সহায় কৰিবলৈ কোনো নাই

ഉദാഹരണം : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে

പര്യായപദങ്ങൾ : অনাশ্রিত, অসহায়, আশ্রয়হীন, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন

അർത്ഥം : যাৰ কোনো মালিক নাই

ഉദാഹരണം : ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল

അർത്ഥം : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই

ഉദാഹരണം : শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে