അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি পাপ কৰে বা পাপ কৰোতা
ഉദാഹരണം : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
പര്യായപദങ്ങൾ : অধম, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী
അർത്ഥം : যি অত্যাচাৰ কৰে
ഉദാഹരണം : কংস এজন অত্যাচাৰী শাসক আছিল
പര്യായപദങ്ങൾ : অত্যাচাৰকাৰী, অত্যাচাৰী, উপদ্রৱকাৰী, উৎপীড়ক, জুলুমবাজ
ഇൻസ്റ്റാൾ ചെയ്യുക