അർത്ഥം : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
ഉദാഹരണം :
সেনাই দুর্গটোক অধীন কৰিলে
പര്യായപദങ്ങൾ : অধিকাৰলৈ অনা, কাবু কৰা
അർത്ഥം : কাৰোবাক নিজৰ বশলৈ অনা
ഉദാഹരണം :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
പര്യായപദങ്ങൾ : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
അർത്ഥം : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
ഉദാഹരണം :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
പര്യായപദങ്ങൾ : অর্পণ ্কৰা