അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো ঠাইত থকা বা বসতি কৰা লোক
ഉദാഹരണം : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
പര്യായപദങ്ങൾ : আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
അർത്ഥം : ইউৰোপৰ এখন দেশ
ഉദാഹരണം : হিটলাৰ জার্মানীৰ অধিবাসী আছিল
അർത്ഥം : কোনো অন্য দেশত গৈ বসতি কৰা ব্যক্তি
ഉദാഹരണം : আৰম্ভণিতে অধিবাসীসকলে অধিক সংঘর্ষ কৰিবলগীয়া হৈছিল
അർത്ഥം : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
ഉദാഹരണം : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
പര്യായപദങ്ങൾ : অধিকৃত, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
ഇൻസ്റ്റാൾ ചെയ്യുക