അർത്ഥം : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
ഉദാഹരണം :
ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
അർത്ഥം : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
ഉദാഹരണം :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
പര്യായപദങ്ങൾ : দাবীদাৰ
അർത്ഥം : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
ഉദാഹരണം :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
പര്യായപദങ്ങൾ : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা