അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
ഉദാഹരണം : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
പര്യായപദങ്ങൾ : অনুক্ৰম, অনুলোম
അർത്ഥം : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ഉദാഹരണം : বেয়া গুণে মানুহৰ পতন ঘটায়
പര്യായപദങ്ങൾ : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
അർത്ഥം : কোনো বস্তু পেলাই দিয়া কার্য
ഉദാഹരണം : কোনে এই ফলবোৰ পেলালে ?
പര്യായപദങ്ങൾ : পেলোৱা
അർത്ഥം : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ഉദാഹരണം : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
പര്യായപദങ്ങൾ : অধঃপাত, অৱনতি, পতন, স্খলন
ഇൻസ്റ്റാൾ ചെയ്യുക