അർത്ഥം : যিটো আৱশ্যক নহয়
ഉദാഹരണം :
তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
പര്യായപദങ്ങൾ : অনাৱশ্যকীয়, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
അർത്ഥം : যি অদৰকাৰেৰে পূর্ণ
ഉദാഹരണം :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
പര്യായപദങ്ങൾ : অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা