അർത്ഥം : যি ্অর্থালংকাৰে কোনো বস্তুৰ অতিমাত্রা বর্ণ্্না কৰে
ഉദാഹരണം :
এই কবিতাত নায়িকাৰ ৰূপ বর্ণ্্নাত অতিশয়োক্তিৰ প্রয়োগ হৈছে
അർത്ഥം : যি অলংকাৰত ভেদত অভেদ, অসম্বন্ধত সম্বন্ধ আদি দেখুৱাই কোনো বস্তুক বহুত বঢ়াই বর্ণ্্না কৰা হয়
ഉദാഹരണം :
আদিযুগৰ কবিসকলৰ ৰচনাবোৰ অতিশয়োক্তি অলংকাৰেৰে ভৰি আছে
പര്യായപദങ്ങൾ : অতিশয়োক্তি অলংকাৰ