അർത്ഥം : বিদ্যাৰ অভাৱ
ഉദാഹരണം :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
പര്യായപദങ്ങൾ : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
അർത്ഥം : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
ഉദാഹരണം :
অজ্ঞানতাই সকলো দুখৰ কাৰণ
അർത്ഥം : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
പര്യായപദങ്ങൾ : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
അർത്ഥം : অবোধ হোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം :
অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
പര്യായപദങ്ങൾ : অবোধতা