അർത്ഥം : বিদ্যাৰ অভাৱ
ഉദാഹരണം :
আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
പര്യായപദങ്ങൾ : অজ্ঞানতা, অবিজ্ঞতা, জ্ঞানহীনতা
അർത്ഥം : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
പര്യായപദങ്ങൾ : অজ্ঞানতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা