അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ഉദാഹരണം : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
അർത്ഥം : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
ഉദാഹരണം : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
പര്യായപദങ്ങൾ : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
അർത്ഥം : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়
ഉദാഹരണം : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়
പര്യായപദങ്ങൾ : অগ্রহণীয়
ഇൻസ്റ്റാൾ ചെയ്യുക