അർത്ഥം : ডাঙৰকৈ জ্বলা জুইৰ উজ্জ্বল শিখা
ഉദാഹരണം :
হাৱানকুণ্ডৰ জুই-শিখাই আকাশ চুইছিলগৈ
പര്യായപദങ്ങൾ : অগ্নি-শিখা, জুই শিখা, জুই-শিখা
അർത്ഥം : জুইৰ আগ
ഉദാഹരണം :
অৰণ্যত জ্বলা জুইৰ শিখাই আকাশ চুইছে
പര്യായപദങ്ങൾ : অগ্নিচ্ছটা, বহ্নিশিখা, ভমক, শিখা