അർത്ഥം : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই
ഉദാഹരണം :
ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে
അർത്ഥം : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই
ഉദാഹരണം :
ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে
പര്യായപദങ്ങൾ : নকটা
അർത്ഥം : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি
ഉദാഹരണം :
আপোনাৰ যুক্তি অকাট্য
പര്യായപദങ്ങൾ : অকাট্য, অখণ্ডনীয়, পানী নসৰকা