അർത്ഥം : অশ্রুগ্রন্থিৰ পৰা ওলোৱা এক বিশেষধৰণৰ লুণীয়া দ্রৱ যি শোক, পীড়া বা অত্যধিক আনন্দৰ সময়ত চকুৰ পৰা ওলায়
ഉദാഹരണം :
তেওঁৰ দুখৰ ্কথাশুনি মোৰ চকুৱেদি চকুলো নিগৰি আহিল
പര്യായപദങ്ങൾ : অশ্রু, অশ্রুকণা, অশ্রুজল, অশ্রুধাৰা, অশ্রুপ্রৱাহ, অশ্রুবাৰি, অশ্রুবিন্দু, অশ্রুভাৰ, চকুপানী, চকুলো, নেত্রজল, নেত্রবাৰি, নেত্রাম্বু, নয়নজল, নয়নধাৰা, নয়নাম্বু, লোতক