അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই
ഉദാഹരണം : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে
പര്യായപദങ്ങൾ : অখণ্ডিত, অভঞ্জিত, খণ্ডহীন
അർത്ഥം : যাৰ ক্ষতি হোৱা নাই বা যি আহত হোৱা নাই
ഉദാഹരണം : গাড়ী ্ দুর্ঘটনাটোত সৌভাগ্যবশতঃ সকলো মানুহেই অক্ষত অৱস্থাত বাচিল
പര്യായപദങ്ങൾ : অনাহত, আহত নোহোৱা-, ক্ষতিহীন
ഇൻസ്റ്റാൾ ചെയ്യുക