അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সমষ্টি বা সমূহৰ কোনো অংশ
ഉദാഹരണം : ইয়াৰ মাজ ভাগ কিছু শকত
പര്യായപദങ്ങൾ : ভাগ
അർത്ഥം : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
ഉദാഹരണം : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
പര്യായപദങ്ങൾ : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ
അർത്ഥം : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
ഉദാഹരണം : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
അർത്ഥം : যন্ত্র আদিৰ কোনো অংগ বা অংশ
ഉദാഹരണം : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া
പര്യായപദങ്ങൾ : পার্ট, যন্ত্রাংশ
അർത്ഥം : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
ഉദാഹരണം : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
പര്യായപദങ്ങൾ : দিশ, পক্ষ, বিভাগ
അർത്ഥം : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
ഉദാഹരണം : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
അർത്ഥം : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
ഉദാഹരണം : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
പര്യായപദങ്ങൾ : দিশ, ফাল
ഇൻസ്റ്റാൾ ചെയ്യുക