അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
ഉദാഹരണം : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
പര്യായപദങ്ങൾ : অঙ্গহীন, বিকলাংগ, বিকলাঙ্গ
അർത്ഥം : যাৰ কোনো অংগ নাই
ഉദാഹരണം : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
പര്യായപദങ്ങൾ : অপাংগ, অপাঙ্গ, পংগু, পঙ্গু, পেঙুৰা
ഇൻസ്റ്റാൾ ചെയ്യുക