പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অংকুশ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অংকুশ   বিশেষ্য

അർത്ഥം : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

ഉദാഹരണം : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

പര്യായപദങ്ങൾ : নিয়ন্ত্রণ, বাধা

അർത്ഥം : সৰু দুমুখীয়া জোং যিহেৰে হাতী চলোৱা হয় আৰু বশ কৰিবৰ কাৰণে ৰাখেহাতী চলাবলৈ আৰু বশ কৰিবলৈ ব্যৱহাৰ কৰা সৰু দুমুখীয়া জোং

ഉദാഹരണം : মেলাত মাউতে হাতীৰ মূৰত বাৰে বাৰে অংকুশেৰে প্রহাৰ কৰিছিল

പര്യായപദങ്ങൾ : অঙ্কুশ, গজাকোঁহ, গজাঙ্কুশ, গুপ্তি, ডঠ, ডঠা, যঠা, লাং চিং, হস্তীবাহ