പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള অঁ্কা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

অঁ্কা   ক্ৰিয়া

അർത്ഥം : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে

ഉദാഹരണം : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে

പര്യായപദങ്ങൾ : অংকন কৰা, অঙ্কন কৰা

അർത്ഥം : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

ഉദാഹരണം : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

പര്യായപദങ്ങൾ : টনা

അർത്ഥം : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়

ഉദാഹരണം : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়

പര്യായപദങ്ങൾ : চিন লগোৱা, দাগ লগোৱা