പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰোৱা   ক্ৰিয়া

അർത്ഥം : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

ഉദാഹരണം : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

പര്യായപദങ്ങൾ : বচা

അർത്ഥം : কোনো কথাৰ সূত্রপাত ঘটোৱা

ഉദാഹരണം : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে

പര്യായപദങ്ങൾ : ৰোপন কৰা

അർത്ഥം : ৰোপন কৰাৰ কাম হোৱা

ഉദാഹരണം : পথাৰত ৰোপন কৰা হৈছে

പര്യായപദങ്ങൾ : ৰোপন কৰা

അർത്ഥം : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ഉദാഹരണം : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

പര്യായപദങ്ങൾ : এৰা, থামা, বন্ধ হোৱা, ৰৈ যোৱা

അർത്ഥം : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য

ഉദാഹരണം : খেতিয়কে খেতিপথাৰত ধান ৰুইছে

പര്യായപദങ്ങൾ : ৰোপন কৰা

ৰোৱা   বিশেষণ

അർത്ഥം : যʼত চহোৱা আৰু ৰোপন কৰা হৈছে (খেতি)

ഉദാഹരണം : খেতিয়কে ৰোৱা খেতিডৰা ৰখি আছে