പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰূপ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰূপ   বিশেষ্য

അർത്ഥം : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

ഉദാഹരണം : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

പര്യായപദങ്ങൾ : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ

അർത്ഥം : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

ഉദാഹരണം : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

പര്യായപദങ്ങൾ : আকৃতি, ৰচনা

അർത്ഥം : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

ഉദാഹരണം : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

പര്യായപദങ്ങൾ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত

അർത്ഥം : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু

ഉദാഹരണം : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল

പര്യായപദങ്ങൾ : ৰজত, ৰূপা

അർത്ഥം : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

ഉദാഹരണം :

പര്യായപദങ്ങൾ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ

അർത്ഥം : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক

ഉദാഹരണം : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ

അർത്ഥം : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়

ഉദാഹരണം : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ

അർത്ഥം : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য

ഉദാഹരണം : তেওঁৰ ্ কান্তি নিৰুপম

പര്യായപദങ്ങൾ : কান্তি, সৌন্দর্য