അർത്ഥം : পাকিস্তানত প্রচলিত মুদ্রা
ഉദാഹരണം :
তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
പര്യായപദങ്ങൾ : পাকিস্তানী ৰুপী, ৰুপী
അർത്ഥം : ভাৰতত প্রচলিত মুদ্রা
ഉദാഹരണം :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
പര്യായപദങ്ങൾ : টকা, ভাৰতীয় টকা, ৰুপী
അർത്ഥം : নেপালত প্রচলিত মুদ্রা
ഉദാഹരണം :
তেওঁ দহ আৰু বিশৰ নেপালী ৰুপিয়া দিছিল
പര്യായപദങ്ങൾ : নেপালীজ ৰুপী
അർത്ഥം : ইণ্ডোনেছিয়াত চলা মুদ্রা
ഉദാഹരണം :
দহ হাজাৰ ৰুপিয়াত আমি সম্পূর্ণ ইণ্ডোনেছিয়াৰ ভ্রমণ কৰিলো