പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰুক্ষ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰুক্ষ   বিশেষণ

അർത്ഥം : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে

ഉദാഹരണം : আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে

പര്യായപദങ്ങൾ : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ

അർത്ഥം : যʼত প্রেম বা স্নেহ নাথাকে

ഉദാഹരണം : তেওঁৰ ৰুক্ষ আমন্ত্রণক মই অস্বীকাৰ কৰিলো

പര്യായപദങ്ങൾ : প্রেমহীন, স্নেহৰহিত

അർത്ഥം : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ

ഉദാഹരണം : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে

പര്യായപദങ്ങൾ : অসমান, খহটা

അർത്ഥം : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

ഉദാഹരണം : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

പര്യായപദങ്ങൾ : শুকান