അർത്ഥം : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
ഉദാഹരണം :
আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
അർത്ഥം : ৰজাসকলৰ দৰে
ഉദാഹരണം :
আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
അർത്ഥം : ৰজাৰ বা ৰজা সম্বন্ধীয়
ഉദാഹരണം :
এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
അർത്ഥം : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
ഉദാഹരണം :
ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
അർത്ഥം : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
ഉദാഹരണം :
বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে