പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰাওনা হোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰাওনা হোৱা   ক্ৰিয়া

അർത്ഥം : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা

ഉദാഹരണം : এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব

പര്യായപദങ്ങൾ : প্রস্থান কৰা

അർത്ഥം : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া

ഉദാഹരണം : ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো

പര്യായപദങ്ങൾ : পঠিওৱা, পঠোৱা

അർത്ഥം : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য

ഉദാഹരണം : মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব

പര്യായപദങ്ങൾ : গমন কৰা, প্রস্থান কৰা, যোৱা