പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰাওনা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰাওনা   বিশেষ্য

അർത്ഥം : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য

ഉദാഹരണം : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম

പര്യായപദങ്ങൾ : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ

ৰাওনা   বিশেষণ

അർത്ഥം : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে

ഉദാഹരണം : দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ

അർത്ഥം : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা

ഉദാഹരണം : পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি

പര്യായപദങ്ങൾ : পঠোৱা