അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
ഉദാഹരണം : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
പര്യായപദങ്ങൾ : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
അർത്ഥം : মানুহৰ সমষ্টি বা সমূহ
ഉദാഹരണം : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
പര്യായപദങ്ങൾ : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
അർത്ഥം : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
ഉദാഹരണം : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
പര്യായപദങ്ങൾ : জনতা, জনমানস
അർത്ഥം : পৃথিৱীত থকা লোক
ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
പര്യായപദങ്ങൾ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക