അർത്ഥം : দাইল হিচাপে খোৱা বীজৰ এবিধ মাহজাতীয় গছ
ഉദാഹരണം :
বালি মাটিত ৰহৰ খেতিৰ বাবে উপযোগী
പര്യായപദങ്ങൾ : ৰহৰ, ৰহৰ মাহৰ গছ
അർത്ഥം : এবিধ দাইল হিচাপে খোৱা মাহজাতীয় শস্য
ഉദാഹരണം :
এই বছৰ ৰহৰ মাহৰ খেতি ভাল হৈছে
പര്യായപദങ്ങൾ : ৰহৰ