പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰবৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰবৰ   বিশেষ্য

അർത്ഥം : বট গছৰ জাতিৰ এজোপা বৃক্ষ

ഉദാഹരണം : ৰবৰ গছৰ পৰা গাখীৰৰ দৰে এবিধ বগা আঠালেটীয়া পদার্থ ্ওলায় যাক শুকুৱাই ৰবৰ প্রস্তুত কৰা হয়

പര്യായപദങ്ങൾ : ৰবৰ গছ

അർത്ഥം : ৰবৰ গছৰ পৰা ওলোৱা বগা আঠালেটীয়া ৰস শুকুৱাই তৈয়াৰ কৰা এবিধ পদার্থ

ഉദാഹരണം : আমাৰ দৈনন্দিন জীৱনত আৱশ্যক হোৱা বহুতো বস্তু ৰবৰৰ পৰা তৈয়াৰ কৰা হয়

അർത്ഥം : পেঞ্চিল আদিৰে লিখা অংশ মোহাৰিব পৰা ৰবৰৰ টুকুৰা বিশেষ

ഉദാഹരണം : এই ভুল উত্তৰটো ৰবৰেৰে মোহাৰি শুদ্ধ উত্তৰটো লিখা