അർത്ഥം : যিজন ব্যক্তিয়ে ৰক্ষা কৰে
ഉദാഹരണം :
দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে
പര്യായപദങ്ങൾ : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া
അർത്ഥം : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
ഉദാഹരണം :
আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
പര്യായപദങ്ങൾ : উদ্ধাৰকাৰী, ত্রাণকর্তা
അർത്ഥം : ৰক্ষা কৰোঁতা
ഉദാഹരണം :
মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল
പര്യായപദങ്ങൾ : দেহৰক্ষী, ৰক্ষাকর্তা