അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
ഉദാഹരണം : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
പര്യായപദങ്ങൾ : খুন, তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰুধিৰ
അർത്ഥം : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ഉദാഹരണം : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
പര്യായപദങ്ങൾ : আসক্ত, মুগ্ধ, মোহাবিষ্ট, মোহিত
ഇൻസ്റ്റാൾ ചെയ്യുക