അർത്ഥം : আকাশলৈ উৰি গৈ ফুটা এক ধৰণৰ ফটকা
ഉദാഹരണം :
দেৱালীৰ দিনা আমি ৰকেট ফুটালোঁ
അർത്ഥം : ইন্ধন হিচাপে এক ধৰণৰ বিশেষ গেছ জাতীয় পদার্থ প্রয়োগ কৰি উৎক্ষেপণ কৰা এক ধৰণৰ আকাশীযান
ഉദാഹരണം :
মহাকাশ গৱেষণা কেন্দ্রৰ পৰা ৰকেটত কৃত্রিম উপগ্রহ সংলগ্ন কৰি আকাশলৈ পঠোৱা হয়