അർത്ഥം : ৰং লগোৱা
ഉദാഹരണം :
মজদুৰে দেৱালত ৰং কৰি আছে
അർത്ഥം : চিত্র আদিত ৰং দিয়া কার্য
ഉദാഹരണം :
আমটোৰ সেউজীয়া ৰং কৰা
അർത്ഥം : * ৰঙেৰে ৰঙীন কৰা
ഉദാഹരണം :
ৰং কৰা টেবুলখন ঘৰত থৈ দিয়া
പര്യായപദങ്ങൾ : ৰং দিয়া, ৰং বুলাই থোৱা, ৰঙীন