പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ৰং എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ৰং   বিশেষ্য

അർത്ഥം : যি পদার্থৰে কোনো বস্তু ৰঙীণ কৰা হয়

ഉദാഹരണം : এই শাৰীখনত ৰঙা ৰং দিয়া হৈছে

പര്യായപദങ്ങൾ : বৰণ, ৰঙ

അർത്ഥം : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং-তামাচা, ৰগৰ

അർത്ഥം : কোনো বস্তুক ৰঙীণ কৰিবৰ কাৰণে মানুহে নি্র্মাণ কৰি লোৱা এক ধৰণৰ তৰল ৰাসায়নিক পদার্থ

ഉദാഹരണം : চকীখনৰ ৰং ভালকৈ নুশুকাওতেই লʼৰাটো সেই চকীখনত বহি দিলে

പര്യായപദങ്ങൾ : পেইণ্ট

അർത്ഥം : তাচ খেলৰ কোনো গুৰুত্বপূর্ণ ্সময়ত অন্য পাততকৈ অধিক গুৰুত্ব লাভ কৰা বিশেষ পাত

ഉദാഹരണം : তেওঁ খেলত জিকিবৰ কাৰণে ট্রাম্প কার্ডেৰে চাল খেলিলে

പര്യായപദങ്ങൾ : ট্রাম্প

അർത്ഥം : চকুৰ জৰিয়তে বোধ জন্মা কোনো বস্তু আদিৰ গুণ

ഉദാഹരണം : তেওঁ ্বগা বৰণৰ

പര്യായപദങ്ങൾ : বৰণ

ৰং   বিশেষণ

അർത്ഥം : বর্ণ ্বা ৰং সম্বন্ধীয়

ഉദാഹരണം : সেই বগা বৰণৰ মহিলা গৰাকীয়েই আপোনাৰ বিষয়ে সুধি আছিল

പര്യായപദങ്ങൾ : বৰণ