അർത്ഥം : আশীৰ লগত তিনি যোগ কৰিলে পোৱা সংখ্যা
ഉദാഹരണം :
তিৰাশীক তিনিৰে বিভাজিত কৰিব পৰা নাযায়
പര്യായപദങ്ങൾ : তিৰাশী
അർത്ഥം : আশী আৰু তিনি
ഉദാഹരണം :
এই প্রতিযোগিতাত তিৰাশীজন প্রতিযোগীয়ে অংশগ্রহণ কৰিছে
പര്യായപദങ്ങൾ : চাৰিকুৰি তিনি, তিৰাশীজন