അർത്ഥം : যাৰ আত্ম জ্ঞান আছে
ഉദാഹരണം :
ডাঙৰ ডাঙৰ আত্মজ্ঞানীয়েও ঈশ্বৰৰ দর্শনৰ ্কাৰণে লালায়িত হয়
പര്യായപദങ്ങൾ : আত্মজ্ঞানী, আত্মদ্রষ্টা, যোগী
അർത്ഥം : যি নিজকে নিজে নিৰীক্ষণ কৰে
ഉദാഹരണം :
আত্মনিৰীক্ষক ব্যক্তিয়ে আত্মবিশ্লেষণৰ দ্বাৰা নিজৰ দোষ-ত্রুটি দূৰ কৰিব পাৰে
പര്യായപദങ്ങൾ : অন্তর্দর্শী, আত্মনিৰীক্ষক