അർത്ഥം : জিকিব নোৱাৰা অৱস্থা
ഉദാഹരണം :
এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
പര്യായപദങ്ങൾ : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, পৰাস্ত, বশ্যতাস্বীকাৰ, হাৰণ, হৰা-
അർത്ഥം : ফুল, মণি আদিৰে গোলাকাৰভাৱে সূতাত গাঁঠি লোৱা আৰু ডিঙিত পৰিধান কৰিব পৰা বস্তু
ഉദാഹരണം :
তেওঁৰ ডিঙি মুকুতাৰ মালাৰে সুশোভিত হৈ আছিল
പര്യായപദങ്ങൾ : মালা