അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ഉദാഹരണം : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
പര്യായപദങ്ങൾ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হালত, ৰূপ
അർത്ഥം : একে ধৰণৰ দুটা বস্তু
ഉദാഹരണം : পাৰৰ এই যোৰাটো ভাল
പര്യായപദങ്ങൾ : যোৰা
അർത്ഥം : মাটি চহ কৰা এবিধ ্ সঁজুলি
ഉദാഹരണം : খেতিয়কে পথাৰত হাল বায় আছে
പര്യായപദങ്ങൾ : নাঙল, লাঙ্গল
ഇൻസ്റ്റാൾ ചെയ്യുക