അർത്ഥം : বিচাৰি সন্মুখত ৰখা কার্য
ഉദാഹരണം :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
പര്യായപദങ്ങൾ : উলিওৱা
അർത്ഥം : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
ഉദാഹരണം :
শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে