അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
ഉദാഹരണം : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
പര്യായപദങ്ങൾ : উত্তম, ভাল
അർത്ഥം : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ഉദാഹരണം : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
പര്യായപദങ്ങൾ : ভাল, সজ্জন, সাধু, সুজন
അർത്ഥം : যʼত সৎগুণ আছে
ഉദാഹരണം : সৎগুণী লোক প্রশংসাৰ প্রাত্র
പര്യായപദങ്ങൾ : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী
ഇൻസ്റ്റാൾ ചെയ്യുക