അർത്ഥം : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা
ഉദാഹരണം :
প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে
പര്യായപദങ്ങൾ : সন্মতি জনোৱা, স্বীকাৰ কৰা, হাঁ কৰা
അർത്ഥം : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা
ഉദാഹരണം :
ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়
പര്യായപദങ്ങൾ : মানা, স্বীকাৰ কৰা