അർത്ഥം : যাক অনুমতি দিয়া হৈছে
ഉദാഹരണം :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
പര്യായപദങ്ങൾ : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত
അർത്ഥം : যাৰ সহমত লাভ কৰিছে
ഉദാഹരണം :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
പര്യായപദങ്ങൾ : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত
അർത്ഥം : যিটো স্বীকাৰ কৰা হৈছে
ഉദാഹരണം :
এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা
പര്യായപദങ്ങൾ : মান্য
അർത്ഥം : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে
ഉദാഹരണം :
স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই
പര്യായപദങ്ങൾ : অনুমতি প্রাপ্ত