പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള স্বীকাৰ কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

স্বীকাৰ কৰা   ক্ৰিয়া

അർത്ഥം : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

ഉദാഹരണം : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

പര്യായപദങ്ങൾ : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা

അർത്ഥം : সহমত হোৱা

ഉദാഹരണം : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

പര്യായപദങ്ങൾ : মনা, মানি চলা, ৰাজি হোৱা

അർത്ഥം : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ഉദാഹരണം : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

പര്യായപദങ്ങൾ : গ্রহণ কৰা, লোৱা

അർത്ഥം : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

ഉദാഹരണം : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

പര്യായപദങ്ങൾ : মনা, মানি লোৱা

അർത്ഥം : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

ഉദാഹരണം : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

പര്യായപദങ്ങൾ : মানা, স্বীকৃতি দিয়া

അർത്ഥം : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ഉദാഹരണം : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

പര്യായപദങ്ങൾ : গ্রহণ কৰা, লোৱা