അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সাধু, সন্ত আদিৰ বাবে সম্বোধন
ഉദാഹരണം : আজি আমাৰ গাঁৱলে স্বামী মাধবানন্দ আহিছে
അർത്ഥം : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
ഉദാഹരണം : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
പര്യായപദങ്ങൾ : অধিপতি, গৰাকী, মালিক
അർത്ഥം : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, মতা
ഇൻസ്റ്റാൾ ചെയ്യുക